Mur Xopun
Similar songs
Agoma (MIRO - The Beginning)
Bio Pegu05:15
Meghor Boron
Zubeen Garg05:26
Agoma (Miro - The Beginning)
Bio Pegu05:15
KANGSING LAGA SUWALI
Debojit Borah04:37
Nodiyali
Rustum Raag Saikia05:06
Taralir Dexote
Puja Kapinjal04:45
Purnima Rati
Minakshi Boruah04:56
Punakonor Maak
Meghdeep03:19
Pahariya Moi
Neel Akash04:29
Similar Songs
Agoma (MIRO - The Beginning)
Bio Pegu
Meghor Boron
Zubeen Garg
Agoma (Miro - The Beginning)
Bio Pegu
KANGSING LAGA SUWALI
Debojit Borah
Nodiyali
Rustum Raag Saikia
Taralir Dexote
Puja Kapinjal
Purnima Rati
Minakshi Boruah
Punakonor Maak
Meghdeep
Pahariya Moi
Neel Akash
About song
Genre :EDM
681 Plays
Music Director: Enine
Tune: Amar Sivam
Lyricist: Dhananjay Ray
Composition: Amar Sivam
Copyright © Amar Sivam
Lyrics
সেমেকা ৰ''দালিত সপোন ৰচোঁ
জোনাক বিচাৰি
মনৰ হেপাঁহত উৰা মাৰো যে
তোমাক সুৱৰি
সাগৰৰ নীলা পানী হৈ বৈ যায়
সপোনৰ কোলাত মোক এৰি থৈ
পশ্চিমৰ মলয়া হিয়াৰ আকুলতা
গুচাও জানা মই কেনেকৈ
[Music]
নিশাৰ আকাশৰ নিৰৱ পৃথিৱী
শান্তিৰ নগৰীত প্ৰেম বাঢ়ি যায়
আবেলিৰ ধেমালীত হেঙুলীয়া বেলিটি
মিঠা-মিঠা আবেগৰ ৰং সানি যায়
নিশাৰ আকাশৰ নিৰৱ পৃথিৱী
শান্তিৰ নগৰীত প্ৰেম বাঢ়ি যায়
আবেলিৰ ধেমালিত ৰঙা বেলিটি
নকৈ সাজি আপোন গাওঁলে যায় ।
গীতৰ সুৰে সুৰে জোনাকী জুমি চায়
এন্ধাৰ ৰাতিত জোনে পোহৰায়
নৈৰ পাৰে পাৰে কহুঁৱা বলিছে
দুপৰৰ বেলিটি হেঙুল সাজিছে ।